Translate

Monday, September 24, 2012

মন মোৰ


মন মোৰ

পুৱাৰ বৰষুণত সিক্তহৈ
মন মোৰ হ'ল ফৰকাল

শীতল মলয়াই
নিলে উৰুৱাই সংশয়ৰ ডাৱৰ
তীব্ৰবেগী বাহনৰ দৰে
মন মোৰ ধাবমান
অবিৰাম

গুণগুণাওঁ মাথো
"সময়ৰ অগ্ৰগতিৰ   ………" !

২৬-০২-২০১২

1 comment:

  1. মনে অপেক্ষা কৰে ডাৱৰীয়া দিনবোৰ সলনি হোৱালৈ....
    এখনি নীলা আকাশৰ তলত জিৰাবলৈ...

    ReplyDelete

Total Pageviews