Translate

Monday, September 24, 2012

মন মোৰ


মন মোৰ

পুৱাৰ বৰষুণত সিক্তহৈ
মন মোৰ ' ফৰকাল

শীতল মলয়াই
নিলে উৰুৱাই সংশয়ৰ ডাৱৰ
তীব্ৰবেগী বাহনৰ দৰে
মন মোৰ ধাবমান
অবিৰাম

গুণগুণাওঁ মাথো
"সময়ৰ অগ্ৰগতিৰ   ………" !

২৬-০২-২০১২

1 comment:

  1. মনে অপেক্ষা কৰে ডাৱৰীয়া দিনবোৰ সলনি হোৱালৈ....
    এখনি নীলা আকাশৰ তলত জিৰাবলৈ...

    ReplyDelete

Total Pageviews