মোৰো এখন হৃদয় আছে
আবেগিক
থুনুকা
সাধাৰণ আঘাততেই ওফোন্দ পতা৷
অইনে নেদেখে, নাজানে
নাজানক
কোনো খেদ নাই !
কেতিয়াবা মই হওঁ নেকি বাৰু অনমনীয় ?
আবেগিক
থুনুকা
সাধাৰণ আঘাততেই ওফোন্দ পতা৷
অইনে নেদেখে, নাজানে
নাজানক
কোনো খেদ নাই !
কেতিয়াবা মই হওঁ নেকি বাৰু অনমনীয় ?
শোকবোৰে
পাৰ ভাঙি নিগৰি নিগৰি
ওলালেই যেন
বুকুখন পাতলিব !
২৪-৯-২০১২
পাৰ ভাঙি নিগৰি নিগৰি
ওলালেই যেন
বুকুখন পাতলিব !
২৪-৯-২০১২
No comments:
Post a Comment