Translate

Tuesday, September 29, 2015

উভটি নাচালা বন্ধু –




সময়ৰ প্ৰবাহত 

সাফল্যৰ সন্ধানত 

জখলা বগাই ওধাই যাওঁতে 

এবাৰো উভটি নাচালা 

হয়তো নতুনৰ সান্নিধ্যত

  ব্যস্ততাই পাহৰাই পেলাইছে

 অতীতৰ এলাগী স্মৃতিক;

আক্ষেপ নাই বন্ধু

তুমি কুশলে থকাৰ বাৰ্তা

 এচেৰেঙা পোহৰ

 আশা কাহানিবা

পুনৰ সাক্ষাৎ হোৱাৰ 


(এটি সাধাৰণ কবিতা সেইসকল বন্ধুৰ সোঁৱৰণত যি হয়তো অতীতক স্মৰণ কৰিব পাহৰি গৈছে৷)

২০--২০১৫
ডোহা, কাটাৰ



No comments:

Post a Comment

Total Pageviews