Translate

Sunday, July 14, 2013

বিলাতৰ সাধু (সংগ্ৰহীত)





এগৰাকী ৮৮বছৰীয়া মহিলাই আধুনিক চিকিৎসা প্ৰযুক্তিৰ সহায়ত এটি সন্তানৰ মাতৃ হ'ল৷
চিকিৎসালয়ৰ পৰা অহাৰ পিছত মহিলাগৰাকীৰ প্ৰকাণ্ড ঘৰটোৰ বিশাল ড্ৰইংৰুম
ওচৰ-চুবুৰীয়া আৰু শুভাকাংখীৰে ভৰি পৰিল৷
সকলোৱে নৱজাতকক চোৱাৰ আগ্ৰহ ব্যক্ত কৰাত মহিলাগৰাকীয়ে বিনম্ৰভাবে সকলোকে
প্ৰতীক্ষা কৰিব কলে৷
এটা সময়ত ৰৈ ৰৈ আমনি লগাত মানুহবিলাকে কেঁচুৱাক দেখোৱাবলৈ জোৰ কৰি
খাটনি ধৰিলত মহিলাগৰাকীয়েকে কলে -
বেবীয়ে কান্দিলেই মই তাক আপোনালোকৰ ওচৰলৈ লৈ আহিম৷
ইমান ডাঙৰ ঘৰটোৰ ক'ত তাক থলোঁ মোৰ মনতেই পৰা নাই !

১৪জুলাই, ২০১৩

No comments:

Post a Comment

Total Pageviews