দুখবোৰে কেতিয়াবা
মৌনতাৰ ভাষাৰে
কৰে কোলাহল৷
দুখ ?
কিহৰ দুখ ?
অৰ্থহীন এই দুখ ?
দুখবোৰ লালন-পালন কৰাতকৈ ভাল
মৌনতাৰ ভাষাৰে
কৰে কোলাহল৷
দুখ ?
কিহৰ দুখ ?
অৰ্থহীন এই দুখ ?
দুখবোৰ লালন-পালন কৰাতকৈ ভাল
অশ্ৰুহৈ নিৰলে নিগৰি যোৱাটো৷
জীৱনত আৰু যে আছে বহু কাম কৰিবলে !
দুখবোৰক নিদিওঁ হবলৈ বাধাৰ প্ৰাচীৰ৷৷
২৭নভেম্বৰ, '১২
জীৱনত আৰু যে আছে বহু কাম কৰিবলে !
দুখবোৰক নিদিওঁ হবলৈ বাধাৰ প্ৰাচীৰ৷৷
২৭নভেম্বৰ, '১২
- Tridib Jyoti Goswami, Diganta Saikia, Moon Upadhyay and 5 others like this.
- Prakash Anand Dr.Saheb why are you limiting yourself only to Assamesse.Sometimes, go Global so that a majority also understands.SOMETIMES
No comments:
Post a Comment