Translate

Thursday, December 6, 2012

ভাষা



তেওঁবিলাকৰ
মুখৰ ভাষা নুবুজোঁ
চকুৰ ভাষাত ভাঁহি অহা
এধানি মৰম
এচিকুট শলাগ
মোৰ সাৰথি,
অনুপ্ৰেৰণা ৷

আৰু ভালপোৱাৰ প্ৰতিদান দিবলৈ
মোক ব্যাকুল কৰিবলৈ যথেষ্ট !

২১নভেম্বৰ,২০১২
ড'হা, কাটাৰ

No comments:

Post a Comment

Total Pageviews