Translate

Saturday, December 8, 2012

বিদায়ী দিনবোৰ















বিদায়ী দিনবোৰ

মনে মোৰ
বুটলিব খোজে
সেই তলসৰা শেৱালি হোৱা দিনবোৰ
যাৰ সুবাসত
পল প্ৰতিপল মন হৈ উঠে
তেজাল ঘোঁৰা
তগবগ তগবগ শবদেৰে
যাম আগুৱাই
বিশ্বজয়ৰ লক্ষ্যৰে
বিৰামবিহীন হৈ !

৮-১২-২০১২


No comments:

Post a Comment

Total Pageviews