Translate

Tuesday, December 18, 2012

অহল্যা-মন


অহল্যা-মন

মোৰ সত্তা
এক ক্ৰুদ্ধ মুনিৰ
শ্ৰাপত হ'ল শিল হোৱা অহল্যা

ৰাবণৰ আধিক্যৰ মাজত
ৰামৰ পদস্পৰ্শৰ প্ৰতীক্ষা
হব নেকি
এক অবান্তৰ কল্পনা মাথো ?

১৬-১২-২০১২
Like ·  ·  · Sunday at 9:24pm

No comments:

Post a Comment

Total Pageviews