Translate

Thursday, December 6, 2012

এটা বাক্যৰ গল্প




সম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰিবলৈ সান্ধ্য আইন চলি থকা অৱস্থাত খান ভায়ে ৰেলষ্টচনৰ পৰা ঘৰমুৱা হওতে এজন পণ্ডিত বাটৰুৱাই তেওঁক অভয় দি নিশাটোৰ আ্শ্ৰয় দি পুৱা স-সন্মানেৰে বিদায় দি কলে যে আমি জাতি-ভেদ পাহৰি সদ্ভাৱেৰে থাকিলেহে দেশৰ সুনাম আৰু উন্নতি হব৷

No comments:

Post a Comment

Total Pageviews