Translate

Sunday, December 23, 2012

নেদেখা জগৰৰ ইতিবৃত্ত !


নেদেখা জগৰৰ ইতিবৃত্ত
বিচাৰি
নাখাওঁ হাবাথুৰি ৷

অভিমানক
আকোৰগোঁজ
অহংকাৰীৰ
ভেম বুলিলেও
মই নিৰুপায়
কিয়নো
মই জানো মোক জুখিবলৈ
সেই দৃষ্টি
সৰ্বদাই অপাৰগ !

২৩৷১২৷২০১২

No comments:

Post a Comment

Total Pageviews