অকবিতা
মনৰ ভিতৰত নকৰোঁ
মই ফ্ৰেংকেষ্টাইনৰ সৃষ্টি
নহলোঁ বাৰ্টাণ্ড ৰাচেলৰ দৰে
নহলোঁ কবিগুৰুৰ দৰে
নহলোঁ জগদীশ বসুৰ দৰে
নহলোঁ এক অন্য ভূপেন হাজৰিকা
নোৱাৰিলোঁ আগুৱাব খোজত মিলাই খোজ
তথাপিও
মানুহক ভাল পাওঁ
আৰু ভাল পাওঁ
ফুল তৰা গান কবিতা
ই কি জীয়াই থকাৰ তাড়নাত ?
১৪ নভেম্বৰ, ২০১২
No comments:
Post a Comment