Translate

Thursday, November 15, 2012

ছাঁ আৰু পোহৰৰ খেলা চাই !


ভাল লাগে দীপান্দিতাৰ উলাহ
ভাল লাগে এমোকোৰা হাঁহিভৰা শুভেচ্ছা বাণী
আৰু
ভাল লাগে ছাঁ আৰু পোহৰৰ খেলা

নকৰোঁ আজি কোনো দুখ
পোহৰে উজলোৱা মুখবোৰে
দিয়ে এক অনাবিল তৃপ্তি

মই অনেক মুখৰ মাজত
নিজৰ সন্ধান বিচৰাত আজিযে ব্যস্ত !

১৩ নভেম্বৰ ২০১২
Like ·  ·  · Tuesday at 7:09pm

No comments:

Post a Comment

Total Pageviews