Translate

Sunday, July 8, 2012

মোৰ সত্তা


মকৰাৰ সূতাৰে বন্ধা 
মই
পৃথিবীৰ মানুহৰ সৈতে

তপস্যাৰত
কিহৰ বাবে ?

নহওঁ মই
ৰত্নাকৰ কিম্বা বাল্মিকী !

তথাপিও
জীৱন - যুঁজত
অভিমন্যু -পণ  কিয় ?

মকৰাৰ সূতাৰে বন্ধা
 মোৰ সত্তা !


ভূপেন শইকীয়া
৫৷৩৷২০১২
'হা, কাটাৰ

No comments:

Post a Comment

Total Pageviews