Translate

Sunday, July 8, 2012

প্ৰতীক্ষা


কেতিয়াবা গিৰি শৃঙ্গত
কেতিয়াবা সমুদ্ৰৰ চুনামীৰ আতংকৰ মাজত
আৰু কেতিয়াবা তপত শুষ্ক মৰুৰ মাজতো
তোমাৰ কথাই ভাবো
 ………আৰু ভাবো
কেতিয়াবা ৰজনী হয় নিদ্ৰাহীন

তুমিতো মনৰ খবৰ এদিনো নল’লা !


প্ৰতীক্ষাৰত মই
হয়তো আজীৱন ৰম !!

দিনবোৰ এনেকৈয়ে পাৰহৈ যায়
দিনবোৰ এনেকৈয়ে পাৰহৈ যায়

কবিতা মোৰ আত্মকথা
কবিতাই মোৰ দুখৰ দিনৰ সংগী !

: ড'হাকাটাৰ :


:: ১৬ ফেব্ৰুৱাৰী ২০১২

No comments:

Post a Comment

Total Pageviews