Translate

Thursday, January 24, 2013

সম্বন্ধ


সম্বন্ধ

নকৰোঁ আশা, নকৰোঁ অভিমান
আজি বুজিছোঁ
কিছুমান সম্বন্ধ
সমান্তৰাল ৰেলৰ লাইনৰ দৰে
গৈ থাকে, গৈয়ে থাকে
নালাগে কাহানিও লগ !

সেয়ে কোনো খেদ নাই !

২৪ জানুৱাৰী ২০১৩

Like ·  ·  · 59 minutes ago


No comments:

Post a Comment

Total Pageviews