Translate

Thursday, January 24, 2013

পৰিচয় অচল টকা


পৰিচয় অচল টকালৈ
সলনি হবলৈ নালাগে পৰ৷
কালিৰ সম্ৰাট
আজি হঠাতে হলোঁ নি:কিন৷

প্ৰতিদান আশা কৰাটোৱেই ভুল
যি যেনেকৈ আছে তেনেকৈয়ে থাকিব দিয়া৷
বিচাৰিলেই পাবা দুখৰ ওপৰি দুখ৷

মৰীচিকাৰ ভ্ৰমত পৰি
হলোঁ আজি মই অচল টকা৷

২১ জানুৱাৰী, ২০১৩

Like ·  ·  · Monday at 10:33pm



No comments:

Post a Comment

Total Pageviews