Translate

Thursday, July 5, 2012

তৃপ্তিৰ পিয়লা


তৃপ্তিৰ পিয়লা

নিশিকিলোঁ গুঠিব
শব্দৰ মায়াজাল
নাজানিলোঁ
অগ্ৰসৰ হব
মুখাধাৰী হৈ জীৱন পথত
নিচিনিলোঁ
মুখাপিন্ধা সহস্ৰজনক

তথাপিও
নহওঁ মই অকলশৰীয়া
বিভিন্নজনৰ
এচামুচ এচামুচ
ভালপোৱাই
উপচাব মোৰ
তৃপ্তিৰ পিয়লা
আতৰাই
ছলনাৰ বিষন্ন ডাৱৰ !

১৪৷৩৷২০১২
ড'হা, কাটাৰ

No comments:

Post a Comment

Total Pageviews